ট্ৰাম্পে কাৰোলীনাৰ ভায়লিন নুশুনে
সঞ্জীত কুমাৰ বৰদলৈমাৰ্ক্সৰ মতে পুঁজিবাদৰ চাৰিটা স্তৰ আছে—কৃষি পুঁজিবাদ,বণিক পুঁজিবাদ,উদ্যোগিক পুঁজিবাদ আৰু ৰাষ্ট্ৰ পুজিবাদ৷এইফালৰ পৰা চাবলৈ গ’লে আমি এতিয়া ৰাষ্ট্ৰ পুঁজিবাদৰ স্তৰত আছোঁ বা এঢাপ আগুৱাই গৈ বিলম্বিত পুঁজিবাদী স্তৰত আছোঁ৷এই বিলম্বিত পু্ঁজিবাদ(late capitalism)ধাৰনাটোৰ অৱতাৰণা কৰিছিল জাৰ্মান সমাজবিজ্ঞানী ৱাৰ্নাৰ চ’মবাৰ্টে(১৮৬৩-১৯৪১)৷ পৰৱৰ্তী সময়ত ১৯৭২চনত আৰ্নেষ্ট মেণ্ডেলৰ “লেট কেপিটেলিজম”নামৰ গ্ৰন্থ প্ৰকাশ হৈছিল৷এই ধাৰনা প্ৰধানকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাচৰ … Read more