মহাশূন্যত উপগ্ৰহ ৰাখি
সঞ্জীত কুমাৰ বৰদলৈ সত্তোৰৰ দশকতে ড°ভূপেন হাজৰিকাই “যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে বিয়াত হেনো কিছু বাধা পালে..” গীতটোৰে আমাৰ মনবোৰ বহল কৰিবলৈ কৈছিল৷সেই গীতটোৰে তেওঁ কৈছিল—“মহা শূন্যত উপগ্ৰহ ৰাখি…এইয়া জনাৰ যুগ এইয়া বুজাৰ যুগ.এইয়া জিৎ যুগ, আনবিক যুগ..এইয়া মনৰ পৰিধি ভঙাৰ যুগ৷” কিন্ত আজিৰ কৃত্ৰিম বুদ্ধিমত্তাৰ যুগটো আমাৰ বহুতৰে মন-চিন্তাবোৰ বিশাল আৰু … Read more